14 May 2022

Welcome/আদৰনি






Assamese is difficult to speak and write completely correctly but it is fluent.  The Assamese language is somewhat similar to Bengali and Hindi but completely different.  The aim is to make it easier for people from India or any other country to speak and read Assamese in Assam.  This blog has no other purpose.


 অসমীয়া ভাষা সম্পূৰ্ণ শুদ্ধকৈ কোৱা আৰু লিখা কঠিন যদিও এই ভাষাটো শুৱলা।  অসমীয়া ভাষাটো কিছু পৰিমানে বেংগলী আৰু হিন্দী ভাষা ৰ লগত মিল আছে যদিও সম্পূৰ্ণ পৃথক। চেষ্টা কৰিব বিচৰা হৈছে ভাৰতবৰ্ষৰ বা আন কোনো দেশৰ লোকে যাতে সহজতে অসমত অসমীয়া ভাষা ক'ব আৰু পঢ়িব পাৰে। এই blog ৰ বেলেগ কোনো উদ্দেশ্য নাই।