25 May 2022

শব্দ গঠন প্ৰণালী PAIRING WORDS

 





The formation of a word in Assamese is a little difficult but it becomes easier with a little attention. Now let us understand how words are formed.  For example, WORK- ক(KA) + া(আ[AA] - া) = কাম.  A sentence " I work"


 শব্দ গঠন এটা কৰিবলৈ অসমীয়া ভাষাত গঠণ প্ৰণালী অলপ কঠিন যদিও অলপ মন কৰিলে সহজ হৈ পৰে। এতিয়া শব্দ গঠন কেনেকে কৰা হয় বুজি চাও। যেনে - কাম(WORK)- ক(KA) + া(আ[AA] - া) = কাম । এটা বাক্য " মই কাম কৰো"‌


ক + া = কা       কা + ম = কাম ( KA + AA) KA + MA = KAM (WORK)

ক + ি = কি       কি + তা + প = কিতাপ ( KA+E ) KI + ( TA+ AA) TA + PA = KITAP ( BOOK)

ক + ু = কু         কু +  + লী = কুলী (KA+U) KU+ WA+(LA+EE) LI= KUWALI (THE FOG)

ক + ূ = কূ         কূ +  + নী + তি = কূটনীতি (KA+U) KU+TA+(NA+EE)NI+(TA+E)TI= KUTNITI (Diplomacy)

ক + ৃ = কৃ         কৃ + ষ্ণ (ষ+ণ) = কৃষ্ণ ( KA+REE) KRI+(sha+na) shana= KRISHNA ( KRISHNA)

ক + ে = কে      কে + তি + য়া = কেতিয়া ( ka+A) KE + (TA+E) TI + (YA+AA) YA = KETIYA (WHEN)

ক + ৈ =কৈ       কৈ + ছা  = কৈছা ( ka+ oi) KOI+ ( CHA+AA) SA= KOISA(YOU'RE TELLING )

ক + ো = কো    কো + ৱা = কোৱা (KA+O)KO+(WA+AA)WA= KOWA (TELL ME)

ক + ৌ = কৌ    আ + কৌ = আকৌ AA+ (KA+OOU)KOU = AAKOU (AGAIN)


ইয়াৰ পিছত আৰু শব্দ গঠন ভাল দৰে বুজিব পাৰিব।