The formation of a word in Assamese is a little difficult but it becomes easier with a little attention. Now let us understand how words are formed. For example, WORK- ক(KA) + া(আ[AA] - া) = কাম. A sentence " I work"
শব্দ গঠন এটা কৰিবলৈ অসমীয়া ভাষাত গঠণ প্ৰণালী অলপ কঠিন যদিও অলপ মন কৰিলে সহজ হৈ পৰে। এতিয়া শব্দ গঠন কেনেকে কৰা হয় বুজি চাও। যেনে - কাম(WORK)- ক(KA) + া(আ[AA] - া) = কাম । এটা বাক্য " মই কাম কৰো"
ক + া = কা কা + ম = কাম ( KA + AA) KA + MA = KAM (WORK)
ক + ি = কি কি + তা + প = কিতাপ ( KA+E ) KI + ( TA+ AA) TA + PA = KITAP ( BOOK)
ক + ু = কু কু + ৱ + লী = কুৱলী (KA+U) KU+ WA+(LA+EE) LI= KUWALI (THE FOG)
ক + ূ = কূ কূ + ট + নী + তি = কূটনীতি (KA+U) KU+TA+(NA+EE)NI+(TA+E)TI= KUTNITI (Diplomacy)
ক + ৃ = কৃ কৃ + ষ্ণ (ষ+ণ) = কৃষ্ণ ( KA+REE) KRI+(sha+na) shana= KRISHNA ( KRISHNA)
ক + ে = কে কে + তি + য়া = কেতিয়া ( ka+A) KE + (TA+E) TI + (YA+AA) YA = KETIYA (WHEN)
ক + ৈ =কৈ কৈ + ছা = কৈছা ( ka+ oi) KOI+ ( CHA+AA) SA= KOISA(YOU'RE TELLING )
ক + ো = কো কো + ৱা = কোৱা (KA+O)KO+(WA+AA)WA= KOWA (TELL ME)
ক + ৌ = কৌ আ + কৌ = আকৌ AA+ (KA+OOU)KOU = AAKOU (AGAIN)
ইয়াৰ পিছত আৰু শব্দ গঠন ভাল দৰে বুজিব পাৰিব।