04 June 2022

সন্ধি ভঙা আৰু যোৰা লগোৱা Breaking and joining Assamese treaties

 





It is common to see that most people make mistakes in writing Assamese from time to time. Many people don't know how to join broken letters. There is something to be learned about breaking and joining letters. When breaking or adding a consonant, pay attention to pronunciation. It is easier to know how to add the pronunciation of the first letter and the pronunciation of the next letter of the consonant. For example, the word "anja" has three letters added to it. A+(j+j)a = pot. He made a sentence " I ate good food today" In a letter conjunction, two letters usually come together to form a letter.

 For example, the various types of treaty breaks used above -

 


সাধাৰনতে দেখা যায় যে সময়ে সময়ে প্ৰায় লোকে অসমীয়া ভাষা লিখতে ভূল হয়। বহুলোকে আখৰৰ সন্ধি কেনেকে ভঙা যোৰা লগাব নাজানে । আখৰৰ সন্ধি ভঙা আৰু যোৰা লগোৱাৰ ক্ষেত্ৰত কিছু জানিব লগা থাকে। যি কোনো আখৰৰ সন্ধি এটা ভঙা বা যোৰা লগোৱাতে মন কৰিব লগীয়া হয় উচ্ছাৰণ ৰ ওপৰত । আখৰৰ সন্ধিটোৰ প্ৰথম আখৰৰ উচ্ছাৰণ আৰু পিছৰ আখৰৰ উচ্ছাৰণ যোগ কৰিব জানিলে সহজ হয়। যেনে - "আঞ্জা" শব্দটোত তিনিটা আখৰ যোগ হৈ আছে। আ+(ঞ+জ)া = আঞ্জা । এটা বাক্য সজালে " আজি ভাল আঞ্জাৰে ভোজন কৰিলো"। আখৰৰ সন্ধিত সাধাৰণতে দুটা আখৰ লগ হৈ এটা আখৰৰ ৰূপ দিয়ে।

উদাহৰণ স্বৰূপে ওপৰত ব্যাবহাৰ হোৱা বিভিন্ন ধৰণৰ সন্ধি ভঙা -

সন্ধি - স+(ন+ধ)ি = সন্ধি

উচ্ছাৰণ - উ+(চ+ছ)া + ৰ + ণ = উচ্ছাৰণ

স্বৰূপ - (স+ব) + ৰ + ূ +প = স্বৰূপ

বিভিন্ন - বি + ভি + (ন+ন) = বিভিন্ন


Other frequently used conjunctions and sentences e.g.


আন কিছুমান ঘণাই ব্যবহাৰ হোৱা সন্ধি আৰু বাক্য যেনে-

ব + ধ = ব্ধ - উপলব্ধি "মই উপলব্ধি কৰিছোঁ"

ক + ত = ক্ত - উক্তি "উক্তি ফাটি ভাল দৰে বুজিব পৰা যায়"

গ + ধ = গ্ধ - দুগ্ধ "দুগ্ধ উৎপাদন ক্ষেত্ৰই দেশৰ চাহিদা পূৰণ কৰিব"

ঙ + গ = ঙ্গ - গঙ্গা "গঙ্গা এখন নদী"

জ + ঞ = জ্ঞ - জ্ঞান "জ্ঞান লাভ কৰাৰ বাবে ধন্যবাদ"

ট + ট = ট্ট - অট্টালিকা "সেই অট্টালিকাটো কাৰ"

ণ + ট = ণ্ট - ইণ্টাৰনেট "ইণ্টাৰনেট সংযোগ কৰা হৈছে"

ত + ব = ত্ব - গুৰুত্ব "কথাষাৰত কোনো গুৰুত্ব নিদিলে"

দ + ব = দ্ব - দ্বিতীয় "দ্বিতীয় বাৰ আকৌ চেষ্টা কৰিম"

ন + ত = ন্ত - চলন্ত "চলন্ত ট্ৰেইনৰ পৰা জপিয়াই দিব নালাগে"

ন + ধ = ন্ধ - বন্ধ "আজি অফিচ বন্ধ"

ষ + ট = ষ্ট - চেষ্টা "দ্বিতীয় বাৰ আকৌ চেষ্টা কৰিম"

ষ + ঠ = ষ্ঠ - পৃষ্ঠা "আগৰ স্বৰবৰ্ণ পৃষ্ঠাত জানি আহিছো"

হ + ম = হ্ম - ব্ৰহ্মা  

ইত্যাদি ( and so on )


With a little effort, it becomes easier to break and pair letters.



অলপ চেষ্টা কৰিলে আখৰৰ সন্ধি ভঙা আৰু যোৰা লগাব সহজ হৈ পৰে।