02 August 2022

অসমৰ গৌৰৱ (The pride of Assam)

 


অসমৰ কেইটামান গুৰুত্বপূৰ্ণ স্থানৰ ফটো




চাহ চহকী ৰাজ্যৰ ভিতৰত অসমৰ চাহ বা চাহ খেতি অন্যতম।

ভৌগলিক মান চিত্ৰ 



জাতীয় উৎসৱ বিহু।



কাজিৰঙা উদ্যানৰ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়।





আটাইতকৈ ডাঙৰ নদী দ্বীপ মাজুলী।




গুৱাহাটীৰ আমবাৰীত অবস্থিত বুঢ়া মছজিদ।




ব্ৰহ্মপুত্ৰৰ পাৰত নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ।